
|
|

|
স্কুলীয়া শিক্ষা
এখন জ্ঞান সমাজ গঢ়াৰ বাবে স্কুলীয়া শিক্ষাৰ লগত জড়িত সমস্যাসমূহ সমাধান কৰাটো অতি প্ৰয়োজনীয়। একৈশ শতিকাৰ বাবে ভাৰতক প্ৰস্তুত কৰা আৰু বিকাশ প্ৰক্ৰিয়াত সমাজৰ সাৰ্থক প্ৰতিনিধিত্ব সুনিশ্চিত কৰিবৰ বাবে বিভিন্ন সামাজিক পৰিস্থিতি আৰু পৰিবেশৰ পৰা অহা শিশুক সাক্ষৰ কৰি তোলাটো অতি আৱশ্যকীয়।
ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ বিবেচনাধীন কিছূমান বিষয় হ’ল:
- কেন্দ্ৰীয় সমৰ্থন আৰু কেন্দ্ৰীয় আইন প্ৰণয়ণ
- সময় গাঁঠনি আৰু বিলৰ প্ৰতি অৰ্থনৈতিক প্ৰতিশ্ৰুতি
- সামূহিক স্কুলীয়া শিক্ষা আৰু ব্যক্তিগত বিদ্যালয় সমূহৰ দায়বদ্ধতা
- শিক্ষাৰ মানদণ্ড
- সাৰ্বজনীন স্কুলীয়া শিক্ষা
|
|
|