ৰাষ্ট্ৰীয় জ্ঞান আয়োগ
ভাৰত চৰকাৰ
  


নতুন
ভাৰত শক্তি পৰ্টেলো
ভাৰত জল পৰ্টেলৰ

নতুন অনুমোদনসমূহ

  ভাষা
  English
  हिन्दी
  বাংলা
  മലയാളം
  ಕನ್ನಡ
  ارد و
  தமிழ்
  नेपाली
  মণিপুরী
  ଓଡ଼ିଆ
  ગુજરાતી
এন.কে.চি.ৰ পৰামৰ্শসমূহ | কৰ্মশালাবিলাক/অধিবেশন

বৃত্তিগত শিক্ষাৰ ক্ষেত্ৰত এন.কে.চি.-ৰ পৰামৰ্শ

11 এপ্ৰিল, 2006 ত বৃত্তিগত শিক্ষাৰ ওপৰত এখন মিটিং অনুষ্ঠিত হৈ যায়। ইয়াৰ লক্ষ্য আছিল-ভাৰতৰ বৃত্তিগত শিক্ষা ব্যৱস্থাৰ সমস্যাসমূহ চিনাক্তকৰণ আৰু প্ৰয়োজনীয় সংশোধন। কৰ্মশালাত চৰকাৰ আৰু জন-সমাজে বাহাল ৰখা বিভিন্ন কাৰ্য্যসূচীসমূহৰো পৰ্য্যালোচনা কৰা হয়।

অংশগ্ৰহণকাৰীসকলৰ তালিকা:

    1. জে. এছ. এছ. মেহতা

    সঞ্চালক প্ৰধান

    কনফেডাৰেশ্বন অৱ ইণ্ডিয়ান ইণ্ড্ৰাষ্টি

    2. ড. পংকজ চন্দ্ৰা

    প্ৰাধ্যাপক,

    ইণ্ডিয়ান ইন্সটিটিউট অৱ মেনেজমেন্ট

    আহমদাবাদ

    3. ড. পাৰ্থ মুখোপাধ্যায়

    ফেল

    চেন্টাৰ ফৰ পলিচি ৰিচাৰ্ছ

    4. শ্ৰী কে. পি. মূৰ্ত্তি

    কনচালটেন্ট,

    এম.আই.চি.অ-বি.অএছ.চি.এইচ.

    5. ড. পি. এম. ভাৰ্গৱ

    উপাধ্যক্ষ,

    ৰাষ্ট্ৰীয়  জ্ঞান আয়োগ