ৰাষ্ট্ৰীয় জ্ঞান আয়োগ
ভাৰত চৰকাৰ
  


নতুন
ভাৰত শক্তি পৰ্টেলো
ভাৰত জল পৰ্টেলৰ

নতুন অনুমোদনসমূহ

  ভাষা
  English
  हिन्दी
  বাংলা
  മലയാളം
  ಕನ್ನಡ
  ارد و
  தமிழ்
  नेपाली
  মণিপুরী
  ଓଡ଼ିଆ
  ગુજરાતી
এন.কে.চি.ৰ পৰামৰ্শসমূহ | কৰ্মশালাবিলাক/অধিবেশন

অনুবাদৰ ওপৰত এন.কে.চি.-ৰ প্ৰথম কৰ্মশালা

11 ফেব্ৰৱাৰী, 2006 ত ‘অনুবাদ উদ্যোগৰ পৃষ্ঠপোষকতা’ এই বিষয়ৰ ওপৰত এখন কৰ্মশালা অনুষ্ঠিত হৈ যায়। এই কৰ্মশালাই দেশত অনুবাদ উদ্যোগক উত্সাহিত কৰিবৰ বাবে বিভিন্ন উপায় নিৰ্দ্ধাৰণ কৰে আৰু লগতে সমূহ ভাৰতীয় ভাষাতে ভাৰতীয় ভাষাৰ পৰা বিদেশী ভাষালৈ আৰু বিদেশী ভাষাৰ পৰা ভাৰতীয় ভাষালৈ অনুবাদক পৃষ্ঠপোষকতা কৰিবৰ বাবে ৰাষ্ট্ৰীয় অনুবাদ অভিযানৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অংশগ্ৰহণকাৰীসকলৰ তালিকা:

    1. শ্ৰী কে. পি. আৰ. নায়াৰ

    কোনাৰ্ক পাব্লিছাৰ্ছ

    2. শ্ৰী কেশৱ দেশাইৰাজু

    যুটীয়া সচিব,

    মাধ্যমিক আৰু উচ্চ শিক্ষা বিভাগ,

    মানৱ সম্পদ বিকাশ মন্ত্ৰালয়

    3. ড. এম. শ্ৰীধৰ

    ইংৰাজী বিভাগ,

    হায়দৰাবাদ বিশ্ববিদ্যালয়

    4. প্ৰা. আলোক ভাল্লা

    ইংৰাজী বিভাগ

    চেন্ট্ৰেল ইন্সটিটিউট অৱ ইংলিচ্ এণ্ড ফৰেইন লেংগুৱেজছ (চি.আই.ই.এফ.এল.)

    5. ড. ডি. এছ. নৱীন

    নেচনেল বুক ট্ৰাষ্ট

    6. প্ৰা. জি. উমা মহেশ্বৰ ৰাও

    চেন্টাৰ ফৰ এপ্লাইড লিংগুষ্টিকছ এণ্ড ট্ৰেণ্সলেচন ষ্টাডিজ

    7. প্ৰা. বনমালা বিশ্বনাথ

    ইংৰাজী বিভাগ,

    জ্ঞানভাৰতী,

    বাংগালোৰ বিশ্ববিদ্যালয়

    8. ড. নীতি বডৱে

    প্ৰাধ্যাপক, জাৰ্মান

    ফৰেইন লেংগুৱেজছ বিভাগ

    ইউনিভাৰচিটি অৱ পুণে

    9. প্ৰা. হৰিশ ত্ৰিৱেদী

    ইংৰাজী বিভাগ

    কলা অনুষদ বিল্ডিং,

    দিল্লী বিশ্ববিদ্যালয়

    10. প্ৰা. পুষ্পক ভট্টাচাৰ্য্য

    প্ৰাধ্যাপক, কম্পিউটাৰ চাইন্স, কম্পিউটাৰ চাইন্স এণ্ড ইঞ্জিনিয়াৰিং বিভাগ

    ইণ্ডিয়ান ইন্সটিটিউট অৱ টেকনলজি

    11. শ্ৰী বেনী কুৰিয়েন

    নেচনেল বুক ট্ৰাষ্ট্ৰ

    12. শ্ৰীমতী কামিনী মহাদেৱন

    পিয়েৰছন ইডুকেশ্বন ইণ্ডিয়া

    13. ড. অপূৰ্বানন্দ

    14. ড. সুজাতা ৰয়

    যুটীয়া সঞ্চালক,

    হিন্দী মেডিয়াম ইমপ্লিমেনটেছন কমিটি

    দিল্লী বিশ্ববিদ্যালয়

    15. শ্ৰী অভিজিত দত্ত

    গ্লৱেলাইজেছন স্পেচিয়েলিষ্ট,

    আই.বি.এম. গ্লৱেল চাৰ্ভিছেজ ইণ্ডিয়া প্ৰা. লি.

    16. শ্ৰীমতী গীতা ধৰ্মৰাজন

    কথা

    17. শ্ৰীমতী মিনি কৃষ্ণন

    অক্সফৰ্ড ইউনিভাৰছিটি প্ৰেছ

    18. প্ৰা. উদয় নাৰায়ন সিং

    সঞ্চালক,

    ভাৰতীয় ভাষা সংস্থান

    19. শ্ৰীমতী ৰাধিকা মেনন

    তুলিকা

    20. ড. এছ. এন. ওজা

    বিশ্বভাৰতী কম্পিউটাৰ কেন্দ্ৰ

    শান্তিনিকেতন

    21. শ্ৰী ৰুবিন ডি'ক্ৰুজ

    নেচনেল বুক ট্ৰাষ্ট্ৰ

    22. প্ৰা. বিজয় কুমাৰ

    অধ্যক্ষ,

    চি.এছ.টি.টি. (কমিছন ফৰ ছাইন্টিফিক এণ্ড টেকনিকেল টাৰমিনলজি)

    23. শ্ৰী এন. ভি. সত্যনাৰায়ন

    অধ্যক্ষ আৰু প্ৰবন্ধ সঞ্চালক

    ইনফৰমেটিকছ (ইণ্ডিয়া) লিঃ

    24. ড. শালিনী আৰ. অৰ্স

    কাৰ্য্যবাহী সঞ্চালক

    iSIM –ইন্টাৰনেচনেল স্কুল অৱ ইনফৰমেচন মেনেজমেণ্ট,

    মহীশুৰ বিশ্ববিদ্যালয়

    25. ড. সুকৃতা পি. কুমাৰ

    26. ড. জয়তী ঘোষ

    সদস্য,

    ৰাষ্ট্ৰীয় জ্ঞান আয়োগ

অনুবাদৰ ওপৰত এন.কে.চি.-ৰ দ্বিতীয় কৰ্মশালা

‘বিজ্ঞান আৰু সমাজ-বিজ্ঞানত অনুবাদ’- এই বিষয়ৰ ওপৰত এখন কৰ্মশালা 4 জুলাই, 2006 ত অনুষ্ঠিত হৈ যায়। এই কৰ্মশালাত দেশত বিজ্ঞান, সমাজ-বিজ্ঞান আৰু বিদ্যায়তনিক শিক্ষা বিশেষকৈ অনুবাদ সামগ্ৰীৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিল। প্ৰস্তাৱিত ৰাষ্ট্ৰীয় অনুবাদ মিছনৰ কৰ্ম আৰু আনুষ্ঠানিক অৱগাঁঠনিৰ ওপৰতো আলোচনা কৰা হয়।

অংশগ্ৰহণকাৰীসকলৰ তালিকা:

1. গীতা ধৰ্মৰাজন

প্ৰতিষ্ঠাপক,

কাৰ্য্যবাহী সঞ্চালক আৰু মুখ্য দলনেতা,

কখা

2. শ্ৰী অভয় ডুবে

সম্পাদক,

ইংৰাজী ভাষা প্ৰগ্ৰাম,

চি.এছ.ডি.এছ.

3. শ্ৰী যোগেন্দৰ ডাট

শৰাই

4. মেহমুদ ফাৰুকী

শৰাই

5. প্ৰা. সত্য পি. গৌতম

চেন্টাৰ ফৰ ফিলচফি,

স্কুল অৱ ছচিয়েল চাইন্সেজ,

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়

6. শ্ৰী ৰবি কান্ত

সম্পাদক,

দীৱান-ই-শৰাই,

শৰাই প্ৰগ্ৰেম,

চি.এছ.ডি.এছ.

7. প্ৰা. শোভিত মহাজন

ডিপাৰ্টমেন্ট অৱ ফিজিক্স এণ্ড এষ্ট্ৰফিজিক্স,

দিল্লী বিশ্ববিদ্যালয়

সঞ্চালক,

দিল্লী বিশ্ববিদ্যালয় কম্পিউটাৰ চেন্টাৰ

8. শ্ৰী অৰবিন্দ মোহন

ভূতপূৰ্ব-সহযোগী সম্পাদক,

হিন্দুস্থান

9. ড. সঞ্জয় শৰ্মা

শৰাই

10. প্ৰা. হৰিশ ত্ৰিবেদী

ইংৰাজী বিভাগ,

দিল্লী বিশ্ববিদ্যালয়

11. শ্ৰী বেণী কুৰিয়েন

শ্ৰী ৰুবিন ডি'ক্ৰুজ

নেচনেল বুক ট্ৰাষ্ট্ৰ

12. ড. জয়তী ঘোষ

সদস্য,

ৰাষ্ট্ৰীয় জ্ঞান আয়োগ