
|
|

|
মুকলি আৰু দূৰৱৰ্তী শিক্ষাৰ ক্ষেত্ৰত এন.কে.চি.-ৰ পৰামৰ্শ
‘নেটৱৰ্ক সক্ষম শিক্ষাৰ বাবে মুকলি শৈক্ষিক সম্পদসমূহ’- এই বিষয়ৰ ওপৰত 18 আৰু 19 আগষ্টত নতুন দিল্লীত এখন আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। আলোচনাচক্ৰৰ লক্ষ্য আছিল- বিষয়, প্ৰয়োগ আৰু সৰঞ্জামকে ধৰি মুকলি শৈক্ষিক সম্পদৰ মূল্যাংকন কৰা; শৈক্ষিক সুযোগ-সুবিধাসমূহ সুদৃঢ় কৰা; দেশত চলি থকা উচ্চশিক্ষাৰ মানদণ্ড আৰু ইয়াত প্ৰৱেশাধিকাৰ বৃদ্ধি কৰিবৰ বাবে এক উপযুক্ত অৱগাঁঠনি তৈয়াৰ কৰা। বিভিন্ন মুকলি পাঠ্যক্ৰম আৰু গৱেষণা সামগ্ৰী সুলভ কৰা যিবিলাক ব্যৱহাৰ কৰি দূৰৱৰ্তী শিক্ষা আৰু লগতে শ্ৰেণীকোঠা শিক্ষণৰ মানদণ্ড উন্নত কৰিব পৰা যায়।
অংশগ্ৰহণকাৰীসকলৰ তালিকা:
-
1.
প্ৰা. এইচ্.
পি. দিক্ষীত
ভূতপূৰ্ব
উপাচাৰ্য্য,
ইগন’
2.
ড. গুলচন ৰাই
সঞ্চালক,
আৰনেট
3.
প্ৰা. মংগলা
সুন্দৰ
এন.পি.টি.ই.এল.,
আই.আই.টি.
মাদ্ৰাজ
4.
প্ৰা. এছ.
সদাগোপন
ইণ্ডিয়ান
ইন্সিটিউট অৱ ইনফ’ৰমেশ্বন
টেকন’লজি
5.
প্ৰা. ডি. বি.
পাঠক
কে.আৰ.ই.এছ.আই.টি.,
আই.আই.টি.-বম্বে
6.
প্ৰা. অশোক
ঝুনঝুনৱালা
আই.আই.টি.
মাদ্ৰাজ
7.
ড. এছ.
অৰুণাছলম
এম.এছ.
স্বামীনাথন
ফাউণ্ডেচন
8.
প্ৰা. ৱেলুকাৰ
উপাচাৰ্য্য,
ৱাই.চি.এম.অ’.ইউ.
9.
ড. প্ৰসাদ
সঞ্চালক,
নাক
10.
শ্ৰীমতী
স্বাতী চৌধুৰী
ইডুকেশ্বন
কমিটি,
এফ.আই.চি.চি.আই.
11.
শ্ৰী বিবেক
সাৱন্ত
চি.ই.অ’,
মহাৰাষ্ট্ৰ
নলেজ কৰ্পৰেশ্বন লিঃ
12.
ড. উমা গণেশ
চি.ই.অ’,
কালঝুম
টেকনলজিছ
13.
ড. এছ. ৰামানী
সঞ্চালক,
চাইন্স এণ্ড
টেকনলজি,
এইচ.পি. লেবছ
14.
ড. বি. কে.
গাইৰ’লা
নেচনেল ইনফ’ৰমেটিকছ
চেন্টাৰ (এন.আই.চি.)
15.
শ্ৰী ভি.
পনৰাজ
ভাৰতীয়
ৰাষ্ট্ৰপতিৰ আই.চি.টি. উপদেষ্টা
16.
ড. কল্পনা
দাসগুপ্তা
অধ্যক্ষ,
পুথিভঁৰাল
ৱৰ্কিং গ্ৰুপ,
এন.কে.চি.
17.
প্ৰা.
কীৰ্তিভাষণ
কে.আৰ.ই.এছ.আই.টি.
আই.আই.টি.-বম্বে
18.
প্ৰা. ৱাই.
এছ. ৰাজন
কনফেডাৰেশ্বন
অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰি (চি.আই.আই.)
19.
প্ৰা. আশীষ
ৰাজাধক্ষ্য
চেন্টাৰ ফৰ দি
ষ্টাডি অৱ কালচাৰ এণ্ড চচাইটি
20.
ড. ৰৱীন্দ্ৰ
ইডুকেশ্বন
এণ্ড ৰিচাৰ্ছ ডিপাৰ্টমেন্ট
ইনফ’চিছ
21.
ড. শ্ৰীধৰ
আয়াৰ
সহযোগী
প্ৰাধ্যাপক,
আই.আই.টি.
বি., কে.আৰ.ই.এছ.আই.টি.
22.
শ্ৰীমতী
বিদ্যা নাটামপল্লী
মাইক্ৰচফ্ট
ৰিচাৰ্ছ
23.
ড. ভি. বালাজী
মূৰব্বী,
কে.এছ.এম.
গ্ৰুপ,
আই.চি.আৰ.আই.এছ.এ.টি.
24.
প্ৰা. ৰাম
টাকৱালে
ভূতপূৰ্ব
উপাচাৰ্য্য,
ইগন’,
ৱাই.চি.এম.অ’.ইউ.
25.
ড. কে. চি.
গ্ৰীণ
কেম্পাচ
কম্পিউটিং প্ৰজেক্ট
26.
ড. জেৰল্ড
হানলে
কাৰ্য্যকৰী
সঞ্চালক,
এম.ই.আৰ.এল.অ’.টি.
27.
ড. ফিল লং
এম.আই.টি.
28.
শ্ৰী জেফ
মেৰিমেন
এম.আই.টি.
29.
ড. মাৰ্ক
স্হুল্জ
স্কুল অৱ
আই.টি.ই.ই.
অষ্ট্ৰেলিয়া
30.
প্ৰা. ডেভিদ
উইলি
ইউটাহ ষ্টেট
বিশ্ববিদ্যালয়
31.
প্ৰা. বিজয়
কুমাৰ
ৰাষ্ট্ৰীয়
জ্ঞান আয়োগ,
এম.আই.টি.
32.
প্ৰা. অশোক
কোলাসকাৰ
ৰাষ্ট্ৰীয়
জ্ঞান
আয়োগ
33.
ড. এন. শৰত্
চন্দ্ৰ বাবু
সঞ্চালক,
চি-ডেক
হাইদৰাবাদ
34.
ড. মাধৱ
পুলিপতি
উপ সঞ্চালক,
আই.ই.জি.,
এ.পি. চৰকাৰ
35.
শ্ৰী আশীষ
খুচু
সঞ্চালক,
ৰাজহুৱা খণ্ড,
চান মাইক্ৰ’চিষ্টেমছ
36.
ড. দীপক
ভাটনগৰ
উপদেষ্টা আৰু
চাইন্টিষ্ট জি.,
টি.আই.এফ.এ.চি.
37.
ড. নীৰজ
চাক্সেনা
চাইন্টিষ্ট
ডি.,
টি.আই.এফ.এ.চি.
38.
শ্ৰী
মহেন্দ্ৰন
চাইন্টিষ্ট
চি.,
টি.আই.এফ.এ.চি.
39.
ড. অভিশেষ
চাইন্টিষ্ট
চি.,
টি.আই.এফ.এ.চি.
40.
প্ৰা. কীৰ্তি
ৰামামৃঠাম
আই.আই.টি.
বম্বে
41.
ড. এ. কে.
পাৰাটে
যুটীয়া সচিৱ,
ইউ.জি.চি.
42.
ড. মুকেশ আঘী
চি.ই.অ’.
ইউনিভাৰচিটাছ
21
গ্ল’বেল
43.
ড. ফান ডেন
ৱান
চি.অ’.আৰ.ই.,
চীন
44.
শ্ৰী মনোজ
কুমাৰ
সঞ্চালক,
আই.এন.এফ.এল.আই.বি.এন.ই.টি.
45.
শ্ৰী অমৰনাথ
ৰেড্ডী
কাৰ্য্যবাহী
সঞ্চালক,
আই.ই.জি.
46.
ড. শ্ৰীনিৱাসন
ৰেড্ডী
বিদ্যায়তনিক
সঞ্চালক,
আই.ই.জি.
47.
শ্ৰী কে.
শ্ৰীৰাম
ভি.এ. টেকন’লজিছ
48.
ড. এছ.
ৰামকৃষ্ণণ
সঞ্চালক
প্ৰধান,
চিডেক
49.
শ্ৰী কিৰণ
কাৰ্নিক
সভাপতি,
নেচকম
50.
ড. চি. আৰ.
মিত্ৰ
ভূতপূৰ্ব
সঞ্চালক,
বিটছ পিলানি
আলোচনা চক্ৰৰ উপস্থাপনসমূহ:
- CORE, China. Dr. Fun Den Wang
- Distributed education in India. Dr HP Dikshit
- Educommons, Utah State University.Dr David Wiley
- EduGrid. Dr. Srivathsan
- Ekalavya, IIT Bombay. Dr Krithivasan
- iLabs, Australia. Dr Mark Schultz
- iLabs, MIT. Dr Phil Long
- MERLOT, California State University. Dr Gerald Hanley
- MKCL. Vivek Sawant
- NPTEL. Dr Mangala Sunder
- Open Courseware, MIT. Dr. Vijay Kumar
- Open Knowledge Initiative, MIT. Jeff Merriman
- TIFAC. Deepak Bhatnagar
|
|
|