ৰাষ্ট্ৰীয় জ্ঞান আয়োগ
ভাৰত চৰকাৰ
  


নতুন
ভাৰত শক্তি পৰ্টেলো
ভাৰত জল পৰ্টেলৰ

নতুন অনুমোদনসমূহ

  ভাষা
  English
  हिन्दी
  বাংলা
  മലയാളം
  ಕನ್ನಡ
  ارد و
  தமிழ்
  नेपाली
  মণিপুরী
  ଓଡ଼ିଆ
  ગુજરાતી
এন.কে.চি.ৰ পৰামৰ্শসমূহ | কাৰ্য্য গোটসমূহ

চিকিত্সা শিক্ষাৰ ক্ষেত্ৰত এন.কে.চি.-ৰ পৰামৰ্শ

কাৰ্য্যদলৰ সদস্যসকল তলত দিয়া ধৰণৰ:

1. ড. স্নেহ ভাৰ্গৱ (অধ্যক্ষ)

ভূতপূৰ্ব সঞ্চালক, এ.আই.আই.এম.এছ.,

নতুন দিল্লী

2. ড. এন. জি. দেশাই

মেডিকেল চুপাৰিন্টেনডেণ্ট, আই.এইচ.বি.এ.এছ.,

দিল্লী

3. ড. এন. কে. গাংগুলী

সঞ্চালক প্ৰধান, আই.চি.এম.আৰ.

নতুন দিল্লী

4. ড. ভি. আই. মাথান

ভূতপূৰ্ব সঞ্চালক, চি.এম.চি.

ভেলোৰ

5. ড. জি. এন. ৰাও

প্ৰতিষ্ঠাপক সঞ্চালক,

এল.ভি.পি. নেত্ৰ প্ৰতিষ্ঠান,

হায়দৰাবাদ

6. ড. এছ. কে. ৰেড্ডী

প্ৰাধ্যাপক, কাৰ্ডিঅলজি বিভাগ, এ.আই.আই.এম.এছ.,

নতুন দিল্লী

7. ড. এছ. কে. চাৰিন

প্ৰাধ্যাপক, গেষ্ট্ৰএন্টেৰলজি বিভাগ, জি.বি. পন্ট চিকিত্সালয়,

নতুন দিল্লী

8. ড. ডি. চেট্টী

অধ্যক্ষ, নাৰায়ন হৃদয়ালয়,

বাংগালোৰ

9. ড. কে. কে. তালোৱাৰ

সঞ্চালক, পি.জি.আই.এম.ই.আৰ.,

চণ্ডীগড়

10. ড. পি. এন. টেণ্ডন

সভাপতি,

ৰাষ্ট্ৰীয় মস্তিষ্ক গৱেষণা কেন্দ্ৰ,

হাৰিয়ানা

11. ড. এম. এছ. ভালিয়াথান

ভূতপূৰ্ব সভাপতি, আই.এন.এছ.এ.,

সন্মানীয় উপদেষ্টা, মনিপাল ইন্সটিটিউট অব্ হায়াৰ ইডুকেচন,

মনিপাল

প্ৰাসংগিক বিচাৰবিন্দু:
  1. কাৰিকুলাম, শিক্ষাদান, অৱগাঁঠনি, প্ৰশাসন আৰু প্ৰৱেশাধিকাৰৰ লগত সম্পৰ্ক থকা সমস্যা আৰু প্ৰত্যাহবানসমুহ চিনাক্তকৰণ।
  2. কাৰিকুলাম, শিক্ষাদান, অৱগাঁঠনি, প্ৰশাসন আৰু প্ৰৱেশাধিকাৰৰ লগত সম্পৰ্কিত প্ৰতিবন্ধকতা, সমস্যা আৰু প্ৰত্যাহবানসমুহক সমাধান কৰিবলৈ অনুমোদিত সাল-সলনি আৰু উন্নীতকৰণ।
  3. চিকিত্সা বিজ্ঞানৰ ক্ষেত্ৰত দেশত শৈক্ষিক সুযোগ আৰু সুবিধাৰ বিস্তাৰৰ বাবে উপায়ৰ প্ৰস্তাৱ।
  4. উত্কৰ্ষ সাধনৰ কেন্দ্ৰ সৃজনত আৰু গড়মান বৃদ্ধি কৰাৰ বাবে প্ৰযুক্তিগত দিশসমূহ বিবেচনা।
  5. প্ৰতিভাশালী অনুষদক আকৰ্ষিত কৰিবলৈ আৰু ধৰি ৰাখিবলৈ উপায় নিৰ্দ্ধাৰণ।
  6. চিকিত্সা মহাবিদ্যালয় আৰু শৈক্ষিক চিকিত্সালয়ত গৱেষণা পৰম্পৰাক পৃষ্ঠপোষকতা কৰা আৰু সেই পৰম্পৰাক বাহাল ৰখাৰ ক্ষেত্ৰত উপযুক্ত নিৰীক্ষণৰ প্ৰস্তাৱ।
  7. ঔষধৰ বিকল্প পদ্ধতিৰ লগত সম্পৰ্কিত শিক্ষাৰ উন্নয়নৰ বাবে মাধ্যম আৰু পথ পৰীক্ষণ।
  8. পেৰা-মেডিকেল শাখাত পেশাদাৰী শিক্ষাক সবল কৰিবৰ বাবে উপযুক্ত মাধ্যমৰ অনুমোদন।
  9. চিকিত্সা শিক্ষা, জনস্বাস্থ্য আৰু বিতৰণ প্ৰক্ৰিয়াৰ মাজত সহযোগিতাৰ সৃষ্টি কৰিবৰ বাবে উপযুক্ত মাধ্যমৰ অন্বেষণ।
  10. আন যিকোনো বিষয় চিনাক্তকৰণ, যিবিলাক ইয়াৰ লগত সম্পৰ্কিত হব পাৰে।