|
পুথিভড়ালৰ ওপৰত এন.কে.চি. ৰ পৰামৰ্শ
তলত উল্লেখিত সকল হ’ল কাৰ্য্যগোটৰ সদস্য:
1.
শ্ৰীমতী কল্পনা দাসগুপ্তা (অধ্যক্ষ)
ভুতপূৰ্ব সঞ্চালক,
কেন্দ্ৰীয় সচিৱালয় পুথিভঁৰাল
নতুন দিল্লী
2.
ড. এচ. অৰুনাচলম
বিশিষ্ট সভ্য,
এম. এছ. স্বামীনাথন ৰিচাৰ্ছ ফাউণ্ডেছন
চেন্নাই
3.
শ্ৰী কে. কে. বেনাৰ্জী
সঞ্চালক,
ৰাজা ৰামমোহন ৰয় পুথিভঁৰাল ফাউণ্ডেচন,
কোলকাতা
4.
শ্ৰী কে. জয়াকুমাৰ
যুটীয়া সচিৱ,
সাংস্কৃতিক মন্ত্ৰালয়,
নতুন দিল্লী
5.
ড. এইচ. কে. কৌল
প্ৰতিষ্ঠাপক সঞ্চালক,
ডেলনেট,
নতুন দিল্লী
6.
শ্ৰী কে. কে. কচুকৌচি
গ্ৰন্থাগাৰিক, কেন্দ্ৰীয় প্ৰসংগ পুথিভঁড়াল
কোলকাতা
7.
শ্ৰী মনোজ কুমাৰ কে.
কাৰ্য্যকৰী সঞ্চালক,
ইনফ্লিবনেট
আহমেদাবাদ
8.
প্ৰা. এচ. মণ্ডল
সঞ্চালক, কেন্দ্ৰীয় পুথিভঁড়াল,
কোলকাতা
9.
প্ৰা. পি. বি. মংগলা
ভূতপূৰ্ব মূৰব্বী, পুথিভঁড়াল ও তথ্যবিজ্ঞান বিভাগ,
দিল্লী বিশ্ববিদ্যালয়
10.
ড. টি. এ. ভি. মুৰ্ত্তি
গ্ৰন্থাগাৰিক, চি.আই.ই.এফ.এল., হাইদৰাবাদ
11.
ড. হৰ্ষা পাৰেখ
ভূতপূৰ্ব মূৰব্বী, পুথিভঁড়াল বিজ্ঞান বিভাগ আৰু বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিক,
এচ.এন.ডি.টি. ৱমেনছ বিশ্ববিদ্যালয়,
মুম্বাই
12.
ড. এ. আৰ. ডি. প্ৰসাদ
সহযোগী প্ৰাধ্যাপক,
দলিল গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ,
ভাৰতীয় পৰিসাংখিক প্ৰতিষ্ঠান,
বাংগালোৰ
নিম্ন উল্লিখিত কমিটিসমূহ অভিজ্ঞতা সমৃদ্ধ বিশেষজ্ঞ আৰু পেচাদাৰী ব্যক্তিসকলকলৈ বিশেষ বিষয়ৰ ওপৰত গঠন কৰা হৈছিল:
1. ডাটাবেচ সৃজন আৰু নেটৱৰ্কিংৰ বাবে গঠিত কমিটি
*
শ্ৰীমতী কল্পনা দাসগুপ্তা(অধ্যক্ষ)
ভুতপূৰ্ব সঞ্চালক,
কেন্দ্ৰীয় সচিৱালয় পুথিভঁড়াল
নতুন দিল্লী
*শ্ৰী
কে. কে. বেনাৰ্জী
সঞ্চালক,
ৰাজা ৰামমোহন ৰায় পুথিভঁড়াল ফাউণ্ডেচন,
কোলকাতা
*ড.
এইচ. কে. কৌল
প্ৰতিষ্ঠাপক সঞ্চালক,
ডেলনেট,
নতুন দিল্লী
*শ্ৰী
কে. কে. কচুকৌচী
গ্ৰন্থাগাৰিক
কেন্দ্ৰীয় প্ৰসংগ পুথিভঁড়াল,
কোলকাতা
*শ্ৰী
মনোজ কুমাৰ কে.
কাৰ্য্যবাহী সঞ্চালক,
ইনফ্লিবেন্ট,
আহমদাবাদ
*ড.
টি. এ. ভি. মুৰ্ত্তি
*ড.
এ. আৰ. ডি. প্ৰসাদ
গ্ৰন্থাগাৰিক
চি.আই.ই.এফ.এল.,
হাইদৰাবাদ
সহযোগী প্ৰাধ্যাপক,
দলিল গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ,
ভাৰতীয় পৰিসাংখিক প্ৰতিষ্ঠান,
বাংগালোৰ
2. ব্যক্তিগত সংগ্ৰহসমূহৰৰ ওপৰত গঠিত কমিটি
*
শ্ৰীমতী কল্পনা দাসগুপ্তা(অধ্যক্ষ)
প্ৰতিষ্ঠাপক সঞ্চালক,
কেন্দ্ৰীয় সচিবালয় পুথিভঁড়াল,
নতুন দিল্লী
*
ড. ইমতিয়াজ আহমদ
সঞ্চালক,
খুদা বক্স অৰিয়েন্টেল পাব্লিক পুথিভঁড়াল,
পাটনা
*
ড. ৰমেশ গৌৰ
গ্ৰন্থাগাৰিক ,
আই.জি.এন.চি.এ.,
নতুন দিল্লী
*
ড. অৰুণ ঘোষ
ভুতপূৰ্ব গ্ৰন্থাগাৰিক,
সমাজবিজ্ঞান কেন্দ্ৰ,
আই.চি.এচ.এচ.আৰ.,
কোলকাতা
*
ড. সুধা গোপালকৃষ্ণণ
অভিযান সঞ্চালক,
পাণ্ডুলিপিবিলাকৰ বাবে ৰাষ্ট্ৰীয় অভিযান,
আই.জি.এন.চি.এ.,
নতুন দিল্লী
*
ড. এইচ. কে. কৌল
প্ৰতিষ্ঠাপক সঞ্চালক,
ডেলনেট,
নতুন দিল্লী
*
ড. টি. এ. ভি. মুৰ্ত্তি
গ্ৰন্থাগাৰিক,
চি.আই.ই.এফ.এল.,
হাইদৰাবাদ
*
ড. উষা থাক্কাৰ
সন্মানীয় সচিৱ,
মণি ভৱন গান্ধী সংগ্ৰাহালয়,
মুম্বাই
3. সংগ্ৰহ উন্নয়নৰ ক্ষেত্ৰত উন্নত মানদণ্ড ও প্ৰণালীবদ্ধতা ৰক্ষাৰ বাবে গঠিত সমিতি
*
শ্ৰীমতী কল্পনা দাসগুপ্তা (অধ্যক্ষ)
ভুতপূৰ্ব সঞ্চালক,
কেন্দ্ৰীয় সচিৱালয় পুথিভঁড়াল,
নতুন দিল্লী
*
ড. জগদীশ আৰোৰা
মূখ্য গ্ৰন্থাগাৰিক,
আই.আই.টি. দিল্লী
*
শ্ৰী ফ্ৰেংক খ্ৰিষ্টফাৰ
যুটীয়া সঞ্চালক,
সংসদ ভৱন পুথিভঁড়াল,
নতুন দিল্লী
*
ড. পি. আৰ. গোস্বামী
সঞ্চালক,
নেচনেল চচিয়েল চাইন্স ডকুমেন্টেচন চেন্টাৰ,
নতুন দিল্লী
*
শ্ৰী পি. জয়াৰাজন
ভূতপূৰ্ব মূৰব্বী,
বৃটিছ কাউন্সিল পুথিভঁড়াল
*
শ্ৰী কে. কে. কচোকচি
গ্ৰন্থাগাৰিক,
কেন্দ্ৰীয় প্ৰসংগ পুথিভঁড়াল,
কোলকাতা
*
ড. হৰ্ষা পাৰেখ
ভুতপূৰ্ব বিভাগীয় মূৰব্বী, পুথিভঁড়াল বিজ্ঞান আৰু বিশ্ববিদ্যালয়ৰ প্ৰধান
গ্ৰন্থাগাৰিক
এচ.এন.ডি.টি. উইমেনছ বিশ্ববিদ্যালয়,
মুম্বাই
4. পুথিভঁড়ালসমূহত কৰ্মী নিয়োগৰ অৱগাঁঠনি আৰু মানৱ সংসাধন বিষয়ক প্ৰয়োজনীয়তা
*
শ্ৰীমতী কল্পনা দাসগুপ্তা(অধ্যক্ষ)
ভুতপূৰ্ব সঞ্চালক,
কেন্দ্ৰীয় সচিবালয় পুথিভঁড়াল,
নতুন দিল্লী
*
শ্ৰী কে. কে. বেৰ্নাজী
সঞ্চালক,
ৰাজা ৰামমোহন ৰায় পুথিভঁড়াল ফাউণ্ডেচন
কোলকাতা
*
ড. এচ. এম. ধাৱান
ভুতপূৰ্ব চাইন্টিস্ট এফ. আৰু মূৰব্বী
পুথিভঁড়াল আৰু তথ্য সেৱা, কেন্দ্ৰীয় ভৌতিক গৱেষণাগাৰ,
নতুন দিল্লী
*
ড. এচ. মজুমদাৰ
বিশ্ববিদ্যালয় গ্ৰন্থাগাৰিক
কেন্দ্ৰীয় প্ৰসংগ পুথিভঁড়াল,
দিল্লী বিশ্ববিদ্যালয়
*
প্ৰা. এচ. মণ্ডল
সঞ্চালক,
নেচনেল লাইব্ৰেৰী,
কোলকাতা
*
প্ৰা. পি. বি. মংগলা
ভুতপূৰ্ব মূৰব্বী, পুথিভঁড়াল আৰু তথ্য বিজ্ঞান,
দিল্লী বিশ্ববিদ্যালয়
*
শ্ৰী ই. ৰাম ৰেড্ডী
ভুতপূৰ্ব গ্ৰন্থাগাৰিক,
হাইদৰাবাদ বিশ্ববিদ্যালয়
প্ৰসংগৰ চৰ্ত্তাৱলী:
- দেশৰ পুথিভঁড়াল আৰু তথ্য সেৱা খণ্ডসমূহৰ (এল.আই.এচ) উদ্দেশ্যসমূহৰ পুনঃসংজ্ঞাকৰণ কৰক।
- এল.আই.এচ. খণ্ডসমূহৰে জড়িত বাধাসমূহ, অসুবিধাসমূহ আৰু প্ৰত্যাহ্বানসমূহৰ চিনাক্তকৰণ।
- এল.আই.এছ. ক্ষেত্ৰৰ সমস্যাৱলী আৰু প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰিবৰ বাবে আৰু ৰাষ্ট্ৰৰ সৰ্বাধিক কৰ্মক্ষেত্ৰত তথ্য পৰিসেৱাৰ সৰ্বাধিক উন্নয়ণৰ বাবে প্ৰয়োজনীয় পৰিবৰ্তন ও সংশোধন বিষয়ক অনুমোদনাৱলী।
- বৰ্তমান পুথিভঁড়াল আৰু তথ্য প্ৰক্ৰিয়া পৰিসেৱাক উন্নত বুলি ধৰি লৈ আৰু তাৰ সহায়ত তথ্য ও সঞ্চাৰ প্ৰযুক্তিৰ ক্ষেত্ৰত যি অসাধাৰণ প্ৰগতি হৈছে তাৰ সুফল লাভৰ বাবে প্ৰয়োজনীয় সিদ্ধান্ত গ্ৰহণ কৰা।
- নতুন নিয়ম প্ৰচলনৰ সম্ভাবনীয়তা সৰ্ম্পকে ভালকৈ অনুসন্ধান কৰা আৰু আমাৰ জাতীয় প্ৰয়োজন অনুসাৰে নতুন আঁচনি আৰম্ভ কৰা, বিশেষকৈ সমাজত থকা তথ্যসমৃদ্ধ আৰু তথ্যহীন সকলৰ মাজত থকা দুৰত্ব কমাই অনা।
- পুথিভড়াল ও তথ্য পৰিসেৱাৰ মানদণ্ডৰ উন্নয়ন, প্ৰতিভাৰ স্বীকৃতি আৰু বৰ্তমানে কৰ্মৰত গ্ৰন্থাগাৰ কৰ্মী সকলৰ শিক্ষণ, প্ৰশিক্ষণ ও পৰিমাৰ্জনৰ বিষয়ে মতামত দিয়া।
- দেশৰ সাংস্কৃতিক সম্পদ সংৰক্ষণ আৰু দেশীয় জ্ঞানৰ ক্ষেত্ৰত সকলোৰে প্ৰৱেশাধিকাৰত সহায় কৰা।
- সাধাৰণ মানুহৰ ক্ষেত্ৰত জ্ঞানৰ প্ৰয়োগ আৰু তাৰ সহায়ত পোৱা সুযোগ সুবিধা সমূহৰ ব্যৱস্থা কৰা। আৰু এই বিষয়ত তত্বাৱধানৰ বাবে এটা প্ৰক্ৰিয়াৰ তৈয়াৰ কৰা
- আন যিকোনো বিষয় চিনাক্তকৰণ যিবিলাক ইয়াৰ লগত সম্পৰ্কিত হব পাৰে।
|
|