
|
|

|
আইন শিক্ষাৰ ক্ষেত্ৰত এন.কে.চি.-ৰ পৰামৰ্শ
কাৰ্য্যদলৰ সদস্যসকল তলত দিয়া ধৰণৰ:
1.
সন্মানীয় ন্যায়ধীশ এম. জগন্নাধ ৰাও (অধ্যক্ষ)
বৰ্তমানৰ
অধ্যক্ষ,
ল কমিছন অৱ
ইণ্ডিয়া
2.
প্ৰা. বি.
এছ. ছিমনি
বৰ্তমানৰ
উপাচাৰ্য্য,
নেচনেল
ইউনিভাৰছিটি অৱ জুডিচিয়েল চাইন্সেজ,
ক’লকাতা
3.
প্ৰা. মাধব
মেনন
ভূতপূৰ্ব
সঞ্চালক,
নেচনেল
জুডিচিয়েল একাডেমি,
ভূপাল
4.
ড. জি. মোহন
গোপাল
বৰ্তমানৰ
সঞ্চালক,
নেচনেল
জুডিচিয়েল একাডেমি,
ভূপাল
5.
পি. পি. ৰাও
জেষ্ঠ
অধিবক্তা,
ভাৰতৰ উচ্চতম
ন্যায়ালয়
প্ৰসংগৰ চৰ্ত্তাৱলী:
- কাৰিকুলাম, শিক্ষাদান, অৱগাঁঠনি, প্ৰশাসন আৰু প্ৰৱেশাধিকাৰৰ লগত সম্পৰ্ক থকা সমস্যা আৰু প্ৰত্যাহবানসমুহ চিনাক্তকৰণ।
- কাৰিকুলাম, শিক্ষাদান, অৱগাঁঠনি, প্ৰশাসন আৰু প্ৰৱেশাধিকাৰৰ লগত সম্পৰ্কিত প্ৰতিবন্ধকতা, সমস্যা আৰু প্ৰত্যাহবানসমুহক সমাধান কৰিবলৈ অনুমোদিত সাল-সলনি আৰু উন্নীতকৰণ।
- প্ৰতিভাশালী অনুষদক আকৰ্ষিত কৰিবলৈ আৰু ধৰি ৰাখিবলৈ উপায় নিৰ্দ্ধাৰণ।
- আইন আৰু আইন বিদ্যালয়ৰ অনুষদৰ মাজত গৱেষণা পৰম্পৰাৰ বিকাশ সাধনৰ বাবে উপযুক্ত পদক্ষেপৰ প্ৰস্তাৱ।
- বহুল সামাজিক পৰিপ্ৰেক্ষাৰ লগত সংযুক্ত আইন শিক্ষাৰ মানদণ্ডৰ বিকাশ আৰু উত্কৰ্ষ সাধন পৃষ্ঠপোষকতা কৰাৰ বাবে উপযুক্ত মাধ্যমৰ প্ৰস্তাৱ।
- শিক্ষণ আৰু কাৰিকুলামত বৃদ্ধি পাই অহা আইন শিক্ষাৰ বিভিন্ন ক্ষেত্ৰসমূহৰ সমন্বয় সাধনৰ বাবে উপায়ৰ প্ৰস্তাৱ।
- নিয়ন্ত্ৰনকাৰী সংগঠনৰ আঁৰত থকা সমস্যা সমূহ চিনাক্তকৰণ যি আইন শিক্ষাৰ বিকাশ আৰু মানদণ্ডৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে।
- আন যিকোনো বিষয় চিনাক্তকৰণ যিবিলাক ইয়াৰ লগত সম্পৰ্কিত হব পাৰে।
|
|
|