ৰাষ্ট্ৰীয় জ্ঞান আয়োগ
ভাৰত চৰকাৰ
  


নতুন
ভাৰত শক্তি পৰ্টেলো
ভাৰত জল পৰ্টেলৰ

নতুন অনুমোদনসমূহ

  ভাষা
  English
  हिन्दी
  বাংলা
  മലയാളം
  ಕನ್ನಡ
  ارد و
  தமிழ்
  नेपाली
  মণিপুরী
  ଓଡ଼ିଆ
  ગુજરાતી
এন.কে.চি.ৰ পৰামৰ্শসমূহ | কাৰ্য্য গোটসমূহ

স্বাস্থ্য তথ্য নেটৰ্ৱকৰ বাবে এন.কে.চি. ৰ পৰামৰ্শদাতা সমিতি

নিম্নোক্ত বিশেষজ্ঞসকল এই বিষয়ক কাৰ্য্য দলৰ সদস্য আছিল:

1. ড. এন. কে. গাংগুলী

অধ্যক্ষ, আই.চি.এম.আৰ.

2. শ্ৰী আৰ. অশোক

স্বাস্থ্যমন্ত্ৰী, কৰ্ণাটক  

3. শ্ৰী অমৰজিত সিনহা

যুটীয়া সচিৱ,

ভাৰত চৰকাৰ

4. ড. শিৱ কুমাৰ     

সদস্য নাক

5. প্ৰা. কে. শ্ৰীনাথ ৰেড্ডী

প্ৰেচিডেন্ট জন স্বাস্থ্য ফাউণ্ডেচন

6. ড. ৱাই. কে. শৰ্মা     

উপসঞ্চালক প্ৰধান,

এন.আই.চি.

7. ড. ৰামকৃষ্ণণ

সঞ্চালক প্ৰধান

চি-ডেক

8. শ্ৰী ৰাজদীপ চাহৰাৱত

উপ-সভাপতি

নাচকম

9. ড. শিৱন গানজু

আহ্বায়ক,

আই-হিন্দ

প্ৰসংগৰ চৰ্তাৱলী:
  1. ভাৰতত স্বাস্থ্য পৰিসেৱা তথ্য বিষয়ক খবৰ ইলেক্ট্ৰনিক মাধ্যমেৰে সহজেই পাব পৰাকৈ এটা অৱগাঁঠনিৰ পৰিকল্পনা, উদ্ভাবন আৰু তাৰ সংযোজন।
  2. ভাৰতায় স্বাস্থ্য তথ্য, নেটৰ্ৱকৰ বিভিন্ন স্তৰভেদ অনুসাৰে ( যেনে- অৱগাঁঠনি, অৰ্থবিনিময় আৰু ৱেব নিৰ্ভৰ পৰিসেৱা) এটা ৱেবচাইট নিৰ্মাণৰ বাবে প্ৰয়োজনীয় নক্সা ও তাক বাস্তৱায়িত কৰা।
  3. জনস্বাস্থ্য, স্বাস্থ্য বিষয়ক গৱেষণা আৰু স্বাস্থ্য পৰিসেৱা প্ৰদান কৰিব পৰাকৈ এটা পদ্ধতিৰ সংজ্ঞায়ন কৰা।
  4. ভাৰতৰ বাবে প্ৰয়োজনীয় মানদণ্ড আৰু আৰ্ন্তজাতিক মানদণ্ডৰ অনুপাতে সেই সমূহক অদল বদল কৰা আৰু এই যোজনাক বাস্তৱায়িত কৰা আৰম্ভ কৰা।
  5. পৰম্পৰাগত পদ্ধতি, নতুন অভিযান পদ্ধতি আৰু সৰ্বজাগতিক পদ্ধতি, এই তিনি স্তৰৰ পদ্ধতিৰ প্ৰথমৰ পৰা শেষ পৰ্য্যন্ত চালি জাৰি চাই আবশ্যকীয় তথ্য সুসংঘবদ্ধকৈ উপস্থাপন কৰা।
  6. মুক্ত গৱেষণা, মুক্ত অৱগাঁঠনি আৰু সাধাৰণৰ বাবে সৰঞ্জাম বিলাকক তৈয়াৰ কৰিবৰ বাবে উত্সাহ প্ৰদান কৰা যাতে উন্নয়ন সম্ভব হয় আৰু তাৰ মাধ্যমত স্বাস্থ্য পৰিসেৱা পদ্ধতিত প্ৰগতি সম্ভৱ হ’ব পাৰে।
  7. সকলো প্লেটৰ্ফম আৰু মাধ্যমতে চলা বা চলাবপৰা পদ্ধতি তৈয়াৰ কৰা।
  8. সাম্ভাব্য ব্যক্তি সত্তা ও সুৰক্ষা নিৰ্ভৰ বিষয় বিলাক পৰীক্ষা কৰি চোৱা আৰু এই বিষয়ত গৃহীত সিদ্ধান্ত সমূহক নিয়মবদ্ধ কৰা।
  9. স্বাস্থ্য পৰিসেৱাৰ লগত জড়িত সকলো মানুহৰ বাবে স্বীকৃতি আৰু মানদণ্ডৰ এক পদ্ধতি তৈয়াৰ কৰা।
  10. এই অৱগাঁঠনিক মানি লোৱা আৰু সেই বিষয়ে তীব্ৰ গতিত সিদ্ধান্ত ল’বৰ বাবে একাধিক উন্নত চানেকি নিৰ্মাণ কৰা।
  11. এই পদ্ধতিৰ কিছুমান বৈশিষ্টক কাৰ্য্যকৰীকৰণৰ বাবে চেষ্টা কৰা।
  12. এই প্ৰগ্ৰামৰ এটা প্ৰয়োগ উপযোগী পৰিকল্পনা কৰা।
  13. ব্যৱসায়িক আৰু অৰ্থনৈতিক দিশৰ পৰা এটা কাৰ্য্যকৰী আৰ্হি প্ৰস্তুত কৰা আৰু চৰকাৰী আৰু বেচৰকাৰী সোঁতক একত্ৰিত কৰি তাৰ লগত জড়িত ভুমিকা আৰু দায়িত্ব বিলাক পালন কৰা।
  14. সাম্ভাব্য সংকট আৰু প্ৰয়োজনীয় বাস্তৱায়ন প্ৰক্ৰিয়াক চিহ্নিত কৰা।